Scheme name- Improvement of Borguri Gaon Chuk road under fund of one time special grant for the development of Matak Community for the year 2024-25 (Phase-4) under the pursuance of proposal submitted by Chairman of Matak Autonomous Council Shri.Saroj Gohain.
আজি ইংৰাজী ৬ জানুৱাৰী ২০২৬ তাৰিখে ৰমাই গাওঁ পঞ্চায়তৰ অধীনত অসম চৰকাৰৰ সহযোগত জিলা খনি আৰু খনিজ পদাৰ্থ ২০২৩-২৪ বৰ্ষ ন্যাসৰ সৌজন্যত প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশৰ বাবে আন্তঃ গাঁথনি উন্নয়ন কাৰ্য্যৰ এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয় । উক্ত অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে চাবুৱা সমষ্টিৰ বিধায়ক শ্ৰীযুত বিনোদ হাজৰিকা দেৱে। ইয়াৰ উপৰিও এই অনুষ্ঠানত মটক স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ডেভিদ চেতিয়া দেৱকে আদি কৰি কেইবাজনো গণ্যমান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে। #matakautononouscouncil
ডিব্ৰুগড়ৰ খনিকৰ স্থিত মটক স্বায়ত্ব শাসিত পৰিষদৰ দ্বাৰা মহিলা সৱলীকৰণ আৰু স্বনিৰ্ভৰশীল আঁচনিৰ অধীনত মেটেকাৰ পৰা নিৰ্মাণ কৰা সামগ্ৰীৰ এক ৭ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয়। এই কৰ্মশালাৰ বাবে পৰিষদৰ কাৰ্য্যবাহী সদস্য শ্ৰীযুত ধৰণী গোহাঁইৰ 3.50 লাখ টকাৰ নিজ পুঁজি ব্যৱহাৰ কৰা হৈছে।